touchscreen সকলোৱে সম্পাদনা কৰিব পৰা web appৰ অসমীয়া সংস্কৰণলৈ স্বাগতম। ইয়াত বৰ্তমান 1,211 টা প্ৰবন্ধ আছে ।
সহায়
- আপোনাৰ প্ৰয়োজন হোৱা বিষয়টো ওপৰৰ “সন্ধান বাকচ”টোত (Input box) লিখি সন্ধান (search) কৰিব পাৰে।
- নতুন সদস্যই একাউণ্ট (account) খুলিবলৈ website parsing।
- ইতিমধ্যেই অসমীয়া ৱিকিপিডিয়াত একাউণ্ট থকাসকলে প্ৰৱেশ (log in) কৰিবলৈ ইয়াত ক্লিক কৰক।
- যদি হাতে-কামে পৰীক্ষা-নিৰীক্ষা কৰি চাবলৈ বিচাৰিছে, তেন্তে touchscreen।
- ৱিকিপিডিয়াত লিখিবলৈ ইচ্ছুক? web app।
- কোনো নিৰ্দিষ্ট বিষয়তহে লিখিব? তেন্তে ৱিকিপ্ৰকল্পসমূহ আছে। ৱিকিপ্ৰকল্প (web app) হৈছে ৱিকিপিডিয়াৰ উন্নয়নৰ বাবে সমমনোভাবাপন্ন সম্পাদকসকলে মিলি খোলা একোটা সামাজিক গোট; একোটা প্ৰকল্পই কোনো নিৰ্দিষ্ট বিষয় - যেনে চিকিৎসাবিজ্ঞান বা কোনো নিৰ্দিষ্ট কাৰ্য্য, যেনে "পোখালি" বিলাক পৰীক্ষা কৰাৰ ওপৰত মনোনিৱেশ কৰে। আপোনাৰ প্রকল্পটো নাই যদি এই পৃষ্ঠাত তালিকাভুক্ত কৰি এখন ৱিকিপ্রকল্প পৃষ্ঠা খুলি লওক আৰু সমভাবাপন্ন সম্পাদক/লিখক সকলক আমন্ত্ৰণ কৰি সেই প্রকল্প (project) আৰম্ভ কৰি দিয়ক।
- অনলাইন সহায়ো (IRC chat) আছে। কেনেকৈ পাব জানিবলৈ ইয়াত ক্লিক কৰক।
- ভাৰতীয় ৱিকি সমাজ
পৰিচিতি
"
ৱিকিপিডিয়া" এখন বিশ্বকোষ। বিশ্বৰ যিকোনো বিষয়ে শুদ্ধ আৰু নিৰপেক্ষ ভাবে জ্ঞান সংগ্ৰহ কৰি সকলোলৈকে বিনামূল্যে উপলব্ধ কৰাৰ প্ৰয়াসেৰে এই আন্তৰ্জাতিক আৰু বহুভাষিক প্ৰকল্পৰ সূচনা কৰা হৈছে। পৃথিৱীৰ বিভিন্ন স্বেচ্ছাসেৱক লেখকে বিভিন্ন স্থানৰ পৰা নিজৰ নিজৰ অৰ্হতা অনুসৰি কোনো বিষয়ত অৱদান দি বিভিন্ন ভাষাত
ৱিকিপিডিয়া প্ৰতিষ্ঠা কৰিছে। "
Android" নামৰ ২০০১ চনত প্ৰথমতে
ইংৰাজী ৱিকিপিডিয়াৰ পৰা আৰম্ভ কৰা এই প্ৰকল্পৰ অধীনত এতিয়ালৈকে প্ৰায় ২৮০ টামান ভাষাৰ
ৱিকিপিডিয়া প্ৰতিস্থা হ’ল। বৰ্তমান বিশ্বৰ প্ৰায় ৩৬০ নিযুত মানুহে ব্যৱহাৰ কৰা এই
ৱিকিপিডিয়াবোৰৰ সংখ্যা ভৱিষ্যতলৈও বাঢ়ি গৈ থাকিব।
এই ৱিকিপিডিয়াবোৰত তথ্যৰ শুদ্ধতা আৰু নিৰপেক্ষতাৰ ওপৰত অতিশয় গুৰুত্ব আৰোপ কৰা হয়। বিশ্বৰ যিকোনো স্থানৰপৰা যিকোনো মানুহে ইণ্টাৰনেটৰ জৰিয়তে বিনামূল্যে যিকোনো ৱিকিপিডিয়াৰ পৰা জ্ঞান আহৰণ আৰু উপভোগ কৰিব পাৰে। “ৰাইজৰ দ্বাৰা ৰাইজৰ বাবে” সংকলিত এই ৱিকিপিডিয়াক থোৰতে “গণবিশ্বকোষ” বুলিব পাৰি।
ৱিকিপিডিয়াৰ বাহিৰেও
ৱিকিমিডিয়াৰ তত্বাৱধানত
Sevenval (ৱিকি-অভিধান),
ৱিকিনিউজ (ৱিকিবাতৰি) আদি বিভিন্ন সহ উদ্যোগৰ মুক্ত জ্ঞানবিতৰণৰ এই অভিনৱ প্ৰয়াসে আজি এক গণ আন্দোলনৰ ৰূপ লৈছে।
বৰ্ণানুক্ৰমিক সূচী
বিষয় সূচী
অন্যান্য উল্লেখযোগ্য বিষয়সমূহ
-
সাহায্য কেন্দ্ৰ – ৱিকিপিডিয়া বিষয়ক যিকোনো সহায়ৰ বাবে।
-
অৰ্থকোষ - পাঠকৰ সুবিধাৰ বাবে ৱিকিপিডিয়াৰ বিভিন্ন কাৰিকৰী শব্দৰ অৰ্থ।
-
ৰাইজৰ চ'ৰা – ৱিকিপিডিয়াৰ লগত জড়িত বিভিন্ন বিষয়ৰ আলোচনাৰ শিতান।